Untitled

উজাগৰ ৰাতি

সপোন দেখিছো মই

ফুল-আলসুৱা তোমাৰ মুখৰ

শইছ-সোণালী হাঁহি|

অযুত তৰাৰ ঘুমটি ভাঙি যেন

সূৰ্য্য আহিছে নামি|

Rate this poem: 

Reviews

No reviews yet.