Untitled by Hiren Bhattacharyya উজাগৰ ৰাতি সপোন দেখিছো মই ফুল-আলসুৱা তোমাৰ মুখৰ শইছ-সোণালী হাঁহি| অযুত তৰাৰ ঘুমটি ভাঙি যেন সূৰ্য্য আহিছে নামি| Rate this poem: Report SPAM Reviews Post review No reviews yet. Report violation Log in or register to post comments